মনকথা
মনকথা-০১
গূঢ়তত্ত্ব বুজি নোপোৱাকৈয়ে আমি সপক্ষীয় সীমাত বাস কৰোঁ। এয়াও কম ট্ৰেজিক কাহিনী নহয়।
মনকথা-০২
কোনোবা এঠাইত আপুনি গুৰুত্বপূৰ্ণ বাবে আপুনি নিজৰ বাবেই অতি গুৰুত্বপূৰ্ণ । হয়তো গুৰুত্ব উপলব্ধি কৰিবলৈ সুযোগৰ অতি প্ৰয়োজন ।

Comments
Post a Comment