Preservation
বিশিষ্ট ব্যক্তিৰ সৈতে অকমান মানুহ
শ্ৰদ্ধাৰ পৰমানন্দ মজুমদাৰ ছাৰৰ বক্তৃতা বহু উপকৃত কৰিলে।
মোৰ প্ৰশ্ন আছিল ড°ভূপেন হাজৰিকাদেৱ বা জুবিন গাৰ্গ দাদাৰ অমৰ সৃষ্টিৰাজিক প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত ৰজাঘৰীয়া নাইবা সচেতন মহলে কি ভূমিকা পালন কৰিছে?
ছাৰে অতি গুৰুত্বপূৰ্ণকৈ কৈছে
যদিও আৰু বহুদূৰলৈ যাবলৈ বাকী আছে কৈছে
১৩-১২-২০২৫
Comments
Post a Comment