কৃপানাথ ফুকন
কৃপানাথ ফুকন আছিল ব্ৰিটিছৰ সময়ত ভাষান্তৰিক/দোভাষী/দোৱনীয়া। ব্ৰিটিছৰ সময়ত তেওঁ উক্ত চাকৰি কৰিছিল। ব্ৰিটিছ শাসনৰ কথাবোৰ জনগোষ্ঠীসমূহ বুজাই দিব লাগিছিল।
বৌদ্ধিক মহলত জয়মতী কুঁৱৰীক লৈ প্ৰশ্ন উত্থাপন হোৱা সময়ত তেওঁ অন্যান্য বুৰঞ্জীবিদৰ লগতে জয়মতীক তেজ-মঙহৰ মানুহ বুলি প্ৰমাণিত কৰিছিল।
তেওঁ বেলাডসমূহ ব্ৰক্ষ্মদেশলৈ গৈ তাই ভাষাৰ পুথিৰ পৰা অসমীয়াত বেলাড কৰি আনিছিল।
ফুকন ডিব্ৰুগড় জিলাৰ শালমাৰীত নিগাজিকৈ থাকিবলৈ লৈছিল।
Comments
Post a Comment