মনৰ কথা

 মনৰ কথা-

এই ধৰক মোক কোনোবাই অবহেলা কৰিছে 

নাইবা 

মোক কোনোবাই গুৰুত্ব প্ৰদান কৰা নাই 

তেতিয়া মই কি কৰোঁ-

১.অবহেলা কৰাজনক আগস্থান দিওঁ 

২.গুৰুত্ব প্ৰদান নকৰাসকলক অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰোঁ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা