We want justice for Zubeen Garg Dada
[25/09, 7:38 pm] Rajen Das: আমাৰ প্ৰজন্মৰ বাবে বৃহৎ ট্ৰেজেডি বুলি অনুভৱ হৈছে।
[25/09, 7:47 pm] Rajen Das: নিজৰ প্ৰতিভা থাকিলে এদিন উজ্বল হ'বাই
আনৰ উজ্জ্বল প্ৰতিভাক ব্যৱহাৰ কৰি পেট প্ৰৰ্বতাবলৈ লাজ চৰম নালাগে নে
কটানিধকহঁতৰ
[25/09, 7:49 pm] Rajen Das: এই জালাগ্নি সাধাৰণ নহয়
তহঁতৰ শাস্তি নোহোৱালৈকে নকমে,জ্বলিবহে...
ননচেঞ্ছ ক'ৰবাৰ
[25/09, 8:04 pm] Rajen Das: দাদাৰ গানবোৰ নিজানত শুনিব। কাণপাতি শুনিব। আমন জিমনকৈ শুনিব। সুখত শুনিব। দুখত শুনিব।কি অনাবিল আনন্দ দিব। কি এক অজান পৃথিৱীলৈ লৈ যাব অনুভৱ কৰিব পাৰিব।
[26/09, 7:20 pm] Rajen Das: আপুনি যিমানেই শক্তিশালী নহওক সময়ে এদিন মুখা খুলি দিব
[26/09, 7:25 pm] Rajen Das: নিকৃষ্ট ৰাজনীতি কৰা সকলকো বিশ্বৰ সৰ্ববৃহৎ বঁটাটো দিব লাগে।
[26/09, 7:28 pm] Rajen Das: প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভাল ভেকোভাওনা এখন চাবলৈ পাই থাকিম।
(বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি)
[26/09, 8:05 pm] Rajen Das: টকাৰ ব্যৱস্থাটো উঠাই দিব পৰা হ'লে
কাৰণ টকাৰ বাবেই মানুহক হত্যা কৰে
টকাৰ বাবেই ক্ষমতা লাভ কৰে
টকাৰ বাবেই মানুহ পাগল হয়
টকাৰ বাবেই মানুহ বলিয়া হয়
টকাৰ বাবেই মানুহ অধম হয়
টকাৰ বাবেই মানুহ নৰাধম হয়
টকাৰ বাবেই মানুহক শোষণ -শাসন কৰিব পাৰে... (ইতিহাস সাক্ষী আছে,ইংৰাজে মুদ্ৰানীতিৰ বাবেই
কম শাস্তি দিয়া নাছিল জানো)
Comments
Post a Comment