সুধাকণ্ঠ
বৰ সুন্দৰ ছাৰ ।
মই ভাবোঁ ভূপেন হাজৰিকাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব লাগে। সেই জ্ঞানৰ মন্দিৰত তেওঁৰ সমগ্ৰ সৃষ্টিৰাজিৰ ভিন্ন দিশৰ বিষয়ে উচ্চস্তৰীয় গৱেষণাকৰ্ম হ'ব লাগে। ইয়াৰ জৰিয়তে বিশ্বৰ সৈতে আকৌ এক সংযোগ স্থাপন হ'ব। নতুন প্ৰজন্ময়ো বিশ্বৰ সাংস্কৃতিক বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি গৈ নিজৰ লগতো জাতিটোকো মহীয়ান কৰিব পাৰে।
Comments
Post a Comment