বাইদেউ,৫-৯-২০২৫

 জীৱন আৰু জ্ঞান আৰু সমাজৰ সহযোগত এখন সাঁকো নিৰ্মাণ কৰিব পাৰি।হৃদয়ৰ পৰা সুন্দৰ আৰু সেউজীয়া হোৱা মানুহে এনে সুন্দৰ কথা ক'ব পাৰে। বোধৰ পৰা মুকুতা আনি আমাক জীৱনৰ কেঁকুৰিত নিকপকপীয়াকৈ বান্ধিব পাৰে। তাৰ বাবেই লাগিব ইজন সিজনৰ সহযোগিতা আৰু সদিচ্ছাৰ। বাইদেৱে সেই দৰ্শনৰ সৈতে আমাক আজি চিনাকি কৰি দিলে।

জীৱন, সমাজ আৰু সমাজৰ সৈতে একাত্মবোধ অতি গুৰুত্বপূৰ্ণ। এয়া শ্ৰদ্ধাৰ স্বাতী বাইদেৱে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত অনুধাৱন কৰা কথা। বাইদেউ,আমাক উপকৃত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা