জুবিন দাদা লৈ

 [21/09, 7:22 pm] Rajen Das: তোমাৰ বাবে এতিয়া চাৰিওফালে কান্দোন। কেৱল কান্দোন। গছ-লতাও কান্দোনত ভাগি পৰিছে। ইতিহাস সাক্ষী আছে।

তোমাৰ এনে দশা কেনেকৈ হ'ল আমি শুনিবলৈ ৰৈয়েই আছোঁ। ৰৈ থাকিম।

কোনো পতিয়ন নিওৱাকৈ আমাক উত্তৰ দিব পৰা নাই।

সেইসকল নৰখাদক(যদি সঁচা ই এনে হৈছিল)ক গ্ৰেটছুপাৰ পাৱাৰে নৰকতো ঠাই নিদিয়া দশা কৰিব। আমাক উত্তৰ লাগিবই লাগিব।

[21/09, 7:35 pm] Rajen Das: এই পৃথিৱীখন ঠিকেই আছে।

মাত্ৰ স্বাৰ্থপৰখিনিয়ে মূল্যবোধ নষ্ট কৰিছে। সুবিধাবাদী আৰু পদলেহনকাৰীয়ে চেপি চেপি ৰেপি ৰেপি খাবলৈ আৰম্ভ কৰিছে। আমাৰ নয়নৰমণিখিনিকো ব্যৱহাৰ কৰিবলৈ লৈছে এনে ধাৰণা হৈছে...

[21/09, 7:35 pm] Rajen Das: তোমাৰ বাবে এতিয়া চাৰিওফালে কান্দোন। কেৱল কান্দোন। গছ-লতাও কান্দোনত ভাগি পৰিছে। ইতিহাস সাক্ষী আছে।

তোমাৰ এনে দশা কেনেকৈ হ'ল আমি শুনিবলৈ ৰৈয়েই আছোঁ। ৰৈ থাকিম।

কোনো পতিয়ন নিওৱাকৈ আমাক উত্তৰ দিব পৰা নাই।

সেইসকল নৰখাদক(যদি সঁচা ই এনে হৈছিল)ক গ্ৰেটছুপাৰ পাৱাৰে নৰকতো ঠাই নিদিয়া দশা কৰিব। আমাক উত্তৰ লাগিবই লাগিব।

[21/09, 7:38 pm] Rajen Das: কিছুমানৰ যদি ইমান মৰখক তেন্তে মাটিকে চুবাই খাই,গিলি খাই খাব লাগে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা