ৰত্না বাইদেউৰ সৈতে কথা-বতৰা,১৭-০৯-২০২৫
Ratna Bharali Talukdar
কিন্তু সাহিত্যৰ ক্ষেত্ৰখনত লবীয়ে যিমানেই ত্ৰাসৰ সৃষ্টি কৰি নাথকক,ভাল সাহিত্যৰ সৌন্দৰ্য হানি কোনোকালে নোৱাৰিব। কাৰণ লবীৰ ললিপপত কিছু কিছুৱেহে সোমাই পৰে। বা চেষ্টা কৰে। আৰু ওলাব নোৱৰা হয় আৰু এদিন তেওঁৰ মাজৰ প্ৰকৃত সৃষ্টিশীল মনটোক উজলাই তোলাত চূড়ান্ত ব্যৰ্থ হয়। আনহাতে প্ৰকৃততে সাহিত্যৰ কৰ্মী অৰ্থাৎ সাধক সকলে সেই লবীৰ পৰা হাজাৰ যোজন দূৰৈত অৱস্থান কৰে। নিজৰ সাহিত্যই নিজকে অতিক্ৰম কৰি বিশ্ব সাহিত্যৰ সূত্ৰধাৰী হিচাপে ভূমিকা পালন কৰে আৰু এসময়ত তেওঁৱো সমৃদ্ধ হয়, দাঁতি-কাষৰীয়াসকলো সমৃদ্ধ হয়।
মোৰ ক্ষুদ্ৰ মনে এনে ধাৰণা দিয়ে।
Comments
Post a Comment