গ্ৰন্থ লেখক হিচাপে নিমন্ত্ৰণ
নমস্কাৰ গ্ৰহণ কৰিব৷ ডক্টৰ নগেন শইকীয়া ছাৰৰ বিষয়ে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখন কালিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ব৷ গ্ৰন্থখনৰ এগৰাকী লেখক হিচাপে আপোনাক আগ্ৰহেৰে কথাটো জনাইছোঁ আৰু সম্ভৱ হ’লে অনুষ্ঠানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ৷
তাৰিখ - 11-9-2025
স্থান - অনিৰুদ্ধদেৱ ভৱন
সময় - 11-00 বজাত
১০-০৯-২০২৫
Comments
Post a Comment