কৃতজ্ঞ
আজিৰ দিনত কিছুমান মানুহ যিহে কৃপণ মনকৰিবলগীয়া।
আজি ৰঙিয়াৰ পৰা সদাশয় ব্যক্তিয়ে মোলৈ ডাকঘৰৰো খৰছ আৰু কিতাপখনৰ মূল্য(মূল্য দিবলৈ সাজু , মূল্য নলয়) নোলোৱাকৈ প্ৰেৰণ কৰিছে। মনটো বৰ ভাল লাগি আছে। সদাশয় ব্যক্তিজনলৈ ৰাজহুৱাকৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
২.
সেই ৰঙিয়ালৈ এদিন ক্ষেত্ৰ অধ্যয়নৰ বাবে যাওঁতে দুজন সাংবাদিকে বন্ধুৱে সহায় কৰিম বুলি কৈ ঠগ দিছিল। ৰঙিয়াৰ বিদ্ৰোহৰ তথ্য প্ৰদান কৰিব বুলি আজিও আশা কৰি আছোঁ।
(বি.দ্ৰ-আমি সৰু মানুহ সেয়ে এনে সৰু সুখ লৈয়ে জীয়াই থাকিব বিচাৰোঁ।)
Comments
Post a Comment