জন্ম দিন বিশেষ ভনী

 ভনীলৈ অফুৰন্ত শুভেচ্ছা জনাইছোঁ।

গৈ থাকা দূৰ দিগন্তলৈ সীমনা বিচাৰি বিচাৰি। সকলোৰে বাবে এটা সীমনা আছেই। সকলোৱে বিচাৰি লোৱাৰ দৰে তুমিও বিচাৰি লোৱা। মোৰ বিশ্বাস তুমি বিচাৰি থাকা তোমালৈ ৰৈ অহা উজ্বল সপোনৰ ঠিকনাটো -

" a man can be destroyed but not defeated"


ইতি 

তোমাৰ বায়েৰাৰ প্ৰিয় বন্ধু

২১-০৮-২০২৫

ভনীলৈ জনম দিনৰ অফুৰন্ত শুভেচ্ছা জনাইছোঁ।

গৈ থাকা দূৰ দিগন্তলৈ সীমনা বিচাৰি বিচাৰি। সকলোৰে বাবে এটা নিৰ্দিষ্ট সীমনা আছেই। সকলোৱে বিচাৰি লোৱাৰ দৰে তুমিও বিচাৰি লোৱা। মোৰ বিশ্বাস তুমি বিচাৰি থকা উজ্বল সপোনটোৱে তোমাকে আদৰিবলৈ ৰৈ আছে।


" a man can be destroyed but not defeated"


ইতি 

তোমাৰ বায়েৰাৰ প্ৰিয়দুষ্টি

২১-০৮-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা