মটিভেশ্যন

 তুমি চোৱা সৌৱা চাৰিওফালে অনেকে অনেক কাম কৰি আছে। সেয়ে 

তুমি উঠা 

তুমিও জাগা 

তুমিয়েই সাজু হোৱা 

ৰণচণ্ডী ৰূপে কৰ্ম কৰা

এদিন জোন,বেলি,তৰাৰ দৰে হোৱা...

৯-৮-২০২৫

শনিবাৰ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা