পলাশ

 পাহে পাহে আহে পলাশীৰ বতাহ 

ক'ব নোৱাৰোঁ নঙলাত কেতিয়া পৰে চিলমিলকৈ 

জানো মাথোঁ আহে পলাশ 

আহি থাকে পলাশ 

সানি যায় ৰঙৰ ৰং 

ৰঙীয়াল ৰং

ৰংমনৰ ৰং

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা