মিথ্যাচাৰ

 সঁচা ভালপোৱাৰ মাজত বছৰ বছৰ ধৰি কবিতা গঢ়িব নোৱাৰিলোঁ 


মাথোঁ কবিতাৰ নামত নিজক সদায় মিথ্যাচাৰৰ পৃথিৱীত নিক্ষেপ কৰিলোঁ

এতিয়া ভাবি আছোঁ মিথ্যাচাৰে কবিতাক কিদৰে প্ৰত্যাহ্বান জনাব 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা