জয়ন্ত কুমাৰ বৰাছাৰ
শ্ৰদ্ধাৰ শিক্ষাসদী সমাজত দিলীপ বৰুৱাৰ অৱদান ইত্যাদি ভিন্ন প্ৰসংগ সুন্দৰকৈ আলোকপাত কৰে জয়ন্ত কুমাৰ বৰাছাৰে। ছাৰে উদ্ধোধনী ভাষণ প্ৰদান
কম কথাত অধিক সমৃদ্ধিশালী কৰি তুলিলে । তেওঁ
দিলীপ কুমাৰ বৰুৱাদেৱৰ পৰিচয় প্ৰসংগত ভবানন্দ দত্ত, হীৰেন গোহাঁই,হেম বৰুৱাৰ পৰা, ৰবীন্দ্ৰনাথ ঠাকুৰ, টি.এছ ইলিয়ট, ৰিল্কে, শ্বেইকছপীয়েৰৰ সাহিত্য আৰু অনুবাদ, কাব্য,সমালোচনা, সাহিত্য বুৰঞ্জী, ইতিহাস, নৱকান্ত বৰুৱাৰ সম্ৰাট, ক্ৰমশঃ কবিতাৰ প্ৰসংগও চিন্তাশীলতাৰে আৰু সুন্দৰকৈ আলোকপাত কৰে।
১০-০২-২০২৫
Comments
Post a Comment