পাৰ্থলৈ
শুকান ডালত ফাগুনৰ চিঠি (ভনীৰ পৰা ধাৰ কৰিলোঁ শীৰ্ষকটো)
ডাল এটিও দুটি কপৌলৈ আতে পিতে আতোতকৈ
বান্ধি-কুন্ধি আনে ফাগুনৰ সৰাপাতৰ উন্মনা কুকুৰাঠেঙীয়া চিঠিখন
ডাকে মাতে টিলিঙাৰ কোবে
বুকুৱে মাতে বনজুই গাতে মেৰিয়াই লৈ
ইমান ফাগুণে ৰহঢলাদি কিয় ঢালে সৰসৰাই সৰসৰণিৰ জানমণিৰ গুণাগুথা তেলটুপী নাচো
ন...
Comments
Post a Comment