জোনাক গ'লা

 ইমান সহজতে ময়ো জোনাক বিচাৰি পোৱা নাই 

জোনাক গলা নিৰ্মোহ ৰাতি 

বতাহীয়ে ৰি ৰিয়াই থাকে 

শুকুলা মেঘৰ বৰণ বয়ন কোনে কৰে 

বজ্ৰধীন ইন্দ্ৰ সতে কৰ্ণৰ যুঁজখন মনত আহে 

জাৰে জাৰে শিলুৱা শেলুৱৈ জহি খহি যায় 

মই নগা ঢাৰি পাৰি সাধু শুনিলোঁ 

সেলেঙী লগা আইতাৰ মুখখন জোনবাইৰ ভিতৰতে আৱিষ্কাৰ কৰিলোঁ 

এতিয়া জোনাকে জাপমাৰি জাপমাৰি মই গৈ থকা বাটেৰে পোহৰ দি থাকিব 

এয়াচোন ক-ফলাৰ পৰা জোনাক গলা নিৰ্ভেজাল জাৰৰ মালিতা...

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা