ভালপোৱাৰ...

 ভালপোৱাৰ বাবেই মই ভিতৰি ভিতৰি সুন্দৰ 

তুমিয়োচোন মোতকৈয়ো সোণৰ 

কিয়

নিজে টুকুৰিয়াই চোৱা 

টোকোৰা চৰাইৰ বাঁহবোৰ 

নাইবা 

ভালপোৱাৰ ক'ত ৰজনীবোৰ 

সেয়া 

কি

নীলাচলীয়া নীলাকাশে গোমগোমায় 

আলোড়িত কৰে 

ঝংকাৰৰ উপৰি ঝংকাৰ 

কোনেনো নক'ব কয় ভালপোৱাৰ সমান ধুনীয়া মহাৰ্ঘ নাই

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা