কাৰ্টুনক লৈ মহৎ পৰিকল্পনা,২৬-০২-২০২৫

 

এই লৈ অসমীয়াত তেনে কোনো সঠিক বা গভীৰ চৰ্চাও নাই আৰু কিতাপো নাই। তুমি যদি এনেকুৱা এক পৰিকল্পনা কৰিছা তেন্তে ই এক মহৎ কাম হ'ব। মই ভাবোঁ তুমি আগবঢ়া উচিৎ।

Show quoted text

ঠিক আছে দাদা, মই তথ্য গোটাবলৈ আৰম্ভ কৰিছোঁ,এটা পেনড্ৰাইভ লৈ ল'ব লাগিব, আপুনি তথ্য প্ৰাপ্ত হ'লেই অলপ অলপকৈ দি থাকিব, মই ফাইল এটা বনাই লৈছোঁ

অসমৰ কাৰ্টুন শিল্পীসকলৰ সকলোখিনি কাৰ্টুন একলগ কৰিম,তাত কি কি দিশ প্ৰকাশিত হৈছে, কোনখিনি সময়ক প্ৰতিনিধিত্ব কৰিছে,চৰকাৰৰ ভূমিকা কি, সচেতন মহলে কি দৃষ্টিৰে কাৰ্টুনক লয়, সমান্তৰালকৈ ভাৰত আৰু বিশ্বৰ একে থুলৰ কাৰ্টুনিষ্টক গোটাই আছোঁ, এদিন সুন্দৰ কাম এটা হ'ব,সময় লওক, কোনো কথা নাই।

আৰু গ্ৰন্থখন সম্পৰ্কত চিন্তা আহিলে ভগাই ল'ব দাদা


Show quot

ed text

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা