হিয়াৰ মাজত...

 হিয়াৰ মাজত তোমাৰেই ঠিকনা 

মই এতিয়া ঠিকনাৰে এজাক ধুমুহা 

জটিলতা উভালি থকা ক্ৰৌচ মই লোকচক্ষুৰ পৰা সাৰি যাম 

সত্যশিৱসুন্দৰৰ পৰা পাৰিম 

ওঁহো 

হিয়া আকুহি চাই যোৱাহি 

হনুমন্তৰ বুকুত ৰাম-সীতা 

মোৰ বুকুত সেয়া তোমাৰেই সঁচাজীৱনৰ প্ৰাঞ্জল

 ঠিকনা 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা