ময়ো ফাগুনৰ...

 বৰ সহজ ময়ো নহয় 

কথা শুনি থাকোঁ 

পাহাৰো কাটি থাকোঁ 

কিহৰ তাগিদাত 

ফাগুনৰ 

নে

শিখৰ পৰা শিখৰলৈ যোৱাৰ 

নাই নাই ই হ'ব নোৱাৰে , হ'বও পাৰে 


ময়ো ফাগুনৰ অপৰিচিত জীৱ নহয় 

মোকো ফাগুনৰ উকা নকৰে 

কৰে উতলা উন্মনা

কাৰণ ফাগুনৰ শুকান ডালত সেয়া মোৰেই চিঠি নহয় জানো 

(মৰমৰ ভনী জুমণিলৈ আগবঢ়ালোঁ,২১-০২-২০২৫)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা