কিতাপ

 ধুনীয়া লেখিবলৈ কলম ধুনীয়াৰ প্ৰয়োজন নাই 

ধুনীয়া দেখিবলৈ বয়সৰনো কি দৰকাৰ 

সহৃয়তাৰে জাপি-কুচি থোৱা 

আইৰ জাপে-জপা সাজযোৰে নকয় নে 

মোক চোৱা 

তোক চোৱা 

ফুলপাহে হাঁহিৰে নিমাও মাও হ'ল 

খন্তেকতে নিজক সজাই বেটুপাতলৈ দৃষ্টি নিবন্ধ হৈ পৰিল 

চাহৰ চুমুক দিয়া ককাই কাহিনী মন কৰিল যে কৰিল 

এতিয়া হাড়ত বনো গজিল 

ৱালৰ ৰঙীন পৃথিৱীত তেওঁ নিজকে আৱিষ্কাৰ কৰি থাকিল কি

সত্যৰ সমান ধুনীয়া নাই 

ফুলৰ সমান সুগন্ধি নাই

কিতাপৰ সমান সুন্দৰ বন্ধু নাই

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা