ফাগুনৰ বৰষা গান
বলিয়া ফাগুণে যখিনী চুলি নিব পাৰে উৰুৱাই
ৰিব ৰিব কৈ গাইনে ফাগুণ অহাৰ গান
ময়ো ক'ব নোৱাৰোঁ
পাৰা যদি লঠঙা ডালক সোধা
নহ'লে সৌ উভতনি পখীটিক সোধা
যদি উত্তৰ নোপোৱা
মেঘৰ বৰষাকে সুধি নোচোৱা কিয়
ওঁ,মেঘৰো আছে বৰণ
ফাগুনৰো আছে নি:সৰিত
অৱগুণ্ঠন
বলিয়া ফাগুণে যখিনী চুলি নিব পাৰে উৰুৱাই
ৰিব ৰিব কৈ গাইনে ফাগুণ অহাৰ গান
ময়ো ক'ব নোৱাৰোঁ
পাৰা যদি লঠঙা ডালক সোধা
নহ'লে সৌ উভতনি পখীটিক সোধা
যদি উত্তৰ নোপোৱা
মেঘৰ বৰষাকে সুধি নোচোৱা কিয়
ওঁ,মেঘৰো আছে বৰণ
ফাগুনৰো আছে নি:সৰিত
অৱগুণ্ঠন
Comments
Post a Comment