বৰ্বৰীক
মই নকওঁ চটি জালৰ চটচট
ফৰকাল আকাশে বেৰি বেৰি ধৰে
লগায় থতমত
জাহি-জোকাৰি চালোঁ
আকাশযানত সোণৰ দলিচাৰ মানচিত্ৰখন কোনে
পদূলিখনমুখীয়া কৰিলে
ৰঙেৰে
হৃদয়ৰ শুকুলা অনুভূত অনুভূতিয়ে
ওঁহো মই নাজানো
আকাশক সোধা
মহাত্মা বৰ্বৰীকক সোধো
মই নকওঁ চটি জালৰ চটচট
ফৰকাল আকাশে বেৰি বেৰি ধৰে
লগায় থতমত
জাহি-জোকাৰি চালোঁ
আকাশযানত সোণৰ দলিচাৰ মানচিত্ৰখন কোনে
পদূলিখনমুখীয়া কৰিলে
ৰঙেৰে
হৃদয়ৰ শুকুলা অনুভূত অনুভূতিয়ে
ওঁহো মই নাজানো
আকাশক সোধা
মহাত্মা বৰ্বৰীকক সোধো
Comments
Post a Comment