কেনভাচ

 ৰাতি গভীৰ হ'লে সাৰে থাকে বুকুৰ ঢপঢপনি 

তাড়ণাত নে মোহময়ী কলা ধৰণীত

ওঁহো, ময়ো গম নাপাওঁ 

ৰিক্ত মনত সিক্ত পোহৰ এফেৰা দিবলৈ 

ময়ো গৈ থাকোঁ

নেদেখোঁ চশমাৰ ইপাৰ-সিপাৰৰ পৃথিৱী

কি দেখা 

হৃদয়ৰ বিগলিত জাহ্নৱী যমুনা...

আৰু 

কেনভাছটোক সোধ

কি?

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা