০২-০২-২০২৫

 জন্ম দিনৰ অনুভৱ 


বছৰ বাগৰিছে

বয়স কমিছে

ব্যস্ত বাঢ়িছে 


সপোনটোক বাৰে বাৰে সুধো 

তুমি ক'ত 

কি কয় 

ক'ব কি

তুমিয়েই মোৰ সপোন 

তুমি জগালে জাগিম 

নহ'লে তোমাৰ পৰাও ভাগিম...


০২-২-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা