মন
আপুনি যদি নিজৰ ভিতৰত এজন শক্তিশালী মানুহ বিচাৰি পাইছে ভৱিষ্যতে আৰু নতুন নতুন শক্তিশালী মানুহ বিচাৰি পাব। যদি আপুনি আপোনাৰ ভিতৰত এলেহুৱা মানুহ আৱিষ্কাৰ কৰিছে আপুনি নিশ্চিতভাৱে হাত সাৱতি থাকক এদল এলেহুৱাৰ আপোনাৰ মধ্যস্ততাতেই জন্ম ল'ব,যিয়ে আপোনাৰ বিপদ মাতিব পাৰে।
Comments
Post a Comment