বিদিশা বা

 বায়ে আজি(দুবাৰ হৈছে)কৈছে, মৰমৰ ভাইটিয়ে কাটি দিয়া ড্ৰাফটোতে মই বৰ্তমান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত চাকৰি কৰি আছোঁ।

আপুনি ভাবিব এইটোনো কি ক'বলগীয়া কথা 

আকৌ নাভাবিব কিয় বা কৈছে গমি চাওঁ 

পালে কি 

একো নাই 

সুন্দৰ মনেৰে আন্তৰিকতাৰে যিকোনো কাম কৰিলে সমাধান হ'ব পাৰে 

আপুনি ভাবিব নহ'বও পাৰে 

হয় আপোনাৰ কথাটোও যৎসামান্য শুদ্ধ হ'ব পাৰে 

বৰ বেবেৰিবাং কথাবোৰ 

বাদ দিয়ক হে 

(অলপ হাঁহি লৈছোঁ ৰ'ব)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা