মনাভাষ১
হৃদপিণ্ডত ৰি ৰিয়াই থাকে বাবে মোক সময়ে বাৰে বাৰে ভেঙুচালি কৰে সেয়েহে মই আপোনাৰ ওচৰত জবাবদিহি হৈ পৰোঁ
কিন্তু মোকো এটা গতি লাগে
দুৰন্ত গতি
তেজোদীপ্ত গতি
নিকা ভাবমূৰ্তিৰ গতি
কাৰণ গতিৰ বাদে বিকল্প নাই যে...
( _আপোনাক কথাটো কেনেকৈ বুজাম_ )

Comments
Post a Comment