ভাল ছাত্ৰ হ'ব নোৱাৰিলোঁ

 ছাত্ৰ,শিক্ষক আৰু অভিভাৱকসকল হৈছে ব্যৱহাৰিক আৰু শৈক্ষিক জীৱনৰ ধৰণীস্বৰূপ। এই ত্ৰি ৰ একত্ৰ আৰু অকুণ্ঠ প্ৰয়াসে ছাত্ৰ-ছাত্ৰীয়ে নিজা পৃথিৱীখন গঢ়ি পিটি ল'ব পাৰে। যুৱ-লেখক ৰবীন কুলিৰ "ভাল ছাত্ৰ হ'ব নোৱাৰিলোঁ" গ্ৰন্থৰ শীৰ্ষকতেই ধূসৰিত ছবি যে স্পষ্ট সেয়া ধৰিব পাৰি। প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা গ্ৰন্থ লিখন,পঠন-পাঠন, শিক্ষক, দুখীয়াৰ শিক্ষা,শিকন, পৰিশ্ৰম কৰা শিক্ষক,শৰীৰ সম্পৰ্কীয়, লোকবিশ্বাস, প্ৰাথমিক শিক্ষা আইন,কবিতাৰ পংক্তি(অসমীয়া আৰু ইংৰাজী), চৰকাৰী বিদ্যালয়ৰ শিক্ষা, ব্যক্তিগত খণ্ডৰ বিদ্যালয়,নব্য মাধ্যমৰ লাইক,কমেন্ট,শ্বেয়াৰে মানুহক মূল্যায়নৰ মানসিকতা,বানৰ প্ৰসংগ আৰু অনুপ্ৰেৰণামূলক বাক্য একোটা ইত্যাদি ভিন্নসুৰী প্ৰসঙ্গই গ্ৰন্থখনৰ পঠনৰ মাদকতা মন কৰিবলগীয়া।


ৰাজেন দাস 

 ডিব্ৰুগড় 

৭-১২-২০২৪

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা