গ্ৰন্থ
মানুহ থকাত বহু আছে কিন্তু গ্ৰন্থ অধ্যয়ন কিমানে কৰে
নে ক্ৰয় কৰে সজাবলৈ
পঢ়িবলৈ নহয়
লেখকে কি সজাই থ'বলৈ ইমান কষ্ট কৰি গ্ৰন্থ ৰচনা কৰে?
কিয় গ্ৰন্থৰ প্ৰতি ৰুচি বাঢ়িব পৰা নাই
এখন চিনেমাৰ প্ৰতি যিমান আগ্ৰহ
গ্ৰন্থৰ প্ৰতি আগ্ৰহ কেতিয়া জন্ম হ'ব?

Comments
Post a Comment