মোৰ প্ৰয়াস, শ্ৰদ্ধাঞ্জলি

 অসমৰ‌ এগৰাকী প্ৰখ্যাত ভাষাবিদ, সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ। অসমৰ এক অপূৰণীয় ক্ষতি। অসমীয়া ভাষা সাহিত্যক সমৃদ্ধিশালী কৰা তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে -Assamese Language origin and Develop- ment', 'অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্রমবিকাশ','Caitanya's Impact on the Vaisnavism of Assam', 'চর্যাগীতিকোষ', 'অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান' আদি। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক এয়াই কামনা কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা