দুলীয়াজানৰ অভিজ্ঞতা-গ্ৰন্থমেলা

 দুলীয়াজানৰ অভিজ্ঞতা-

আমাৰ যাত্ৰা আৰম্ভ।

বৰ ধুনীয়া যাত্ৰা। আমাৰ যাত্ৰা অসমৰ পুৰণি বিহুৰ পৰা গৈ নতুন গানলৈ।

নানা কিতাপ। ননীছাৰৰ কিতাপ হিৰণ্য আৰু ৰিপুৰ সহযোগিতাত কিনিলোঁ। দুকৰি দামৰ মটকাত চাহ খালোঁ। অসম প্ৰকাশন পৰিষদে আয়োজন কৰা দুলীয়াজানৰ গ্ৰন্থমেলা। আমি আবেলি পাইছোঁ গৈ যদিও মানুহৰ ভিৰ কম। সন্ধিয়া লাগিছে। মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিছে

[09/11, 5:18 pm] rajendas3687: আমি ছাৰৰ সৈতে যোগাযোগ কৰি আছোঁ। ছাৰৰ মিটিং। আহিব বুলি ৰৈ আছোঁ। এসময়ত ছাৰৰ অনলাইন মিটিং হ'ল। আমাৰ সকলো গৈ আছোঁ। ছাৰ ৰৈ আছোঁ। ঠিক আছে। বেয়া নাপাবা। হ'ব ছাৰ।

আমি গ্ৰন্থখিনি কিনি ৰৈ আছোঁ। চাহ একাপ আকৌ খালোঁ। বাইদেউ ছাৰ আইতা, সৰু ল'ৰা আৰু ছোৱালীজনী আহিছে। তোমালোক যোৱাই নাই নেকি, বাইদেউ ক'লে বুলি দাদাই কৈছে। বাইদেৱে পাট্টাই নিদিলে। ইমান এটিটিউড। ভালকৈ মাতেই নিদিলে। ইমান বেয়া লাগিছে। আমাৰ মন বিষাদ। ইমান সময় ৰৈ আছোঁ। তেওঁলোকৰ বাবে। সঁহাৰিত অভিভূত। তথাপি ইমান বেয়া লাগিছে। মন বেয়া লাগিছে আৰু কথাটো মূৰত বাৰে বাৰে খুন্দি থাকিবলৈ ধৰিলে। কি কৰিম।

মানুহক মানুহ নালাগে। কি লাগে।

আদৰ সাদৰ বহুত ভাল লাগিছিল প্ৰসেনজিৎ ছাৰৰ বাইদেৱে কিমান আদৰ সাদৰ কৰিছিল। জীৱনত মনত থৈ গ'ল। কিমান মৰম মানুহৰ পৰা পাব পাৰি।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা