কিশলয়ৰ জাননী
জনাবলৈ পাই সুখী হৈছোঁ যে তিনিমহীয়া বাৰ্তালোচনী কিশলয়ৰ পৰিয়ালৰ হৈ নৱেম্বৰত এটা বক্তৃতা আয়োজন কৰিছোঁ । বক্তৃতা প্ৰদান কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উৎপল নাৰায়ণ গোস্বামী ছাৰে। বিষয়-মাজুলীকেন্দ্ৰীক অসমীয়া সাহিত্য।
ইতি
কিশলয়ৰ পৰিয়ালৰ হৈ
উপদেষ্টা -ড° নগেন শইকীয়া
ৰাজেন দাস(সম্পাদক)
যদুমণি গগৈ (সভাপতি)
সদস্য/সদস্যা
নয়নমণি শইকীয়া, সিদ্ধাৰ্থ গৌতম দত্ত, মমী দত্ত, ঘনকান্ত ফুকন, বৰ্ণালী গগৈ,ৰেখামণি দাস, ৰাজীৱ হাজৰিকা, মাধুৰী কোঁৱৰ ইত্যাদি।
তাৰিখ ১৪-১১-২০২৪
মাধ্যম গুগল মিট। সময় সন্ধিয়া -৭.৩০-৮.৩০
Comments
Post a Comment