মাজুলী

 মোৰ কেতিয়াবা মাজুলীলৈ মনটো উৰি গৈ থাকে, কিন্তু পাখি ভালকৈ গজাই নাই, মই কৈছোঁ ধৈৰ্য ধৰা, নাই এটা সময়ত নমনা হৈ যায়, তেতিয়া মই এগছি পোহৰৰ বন্তিৰ সন্ধানত নামি পৰোঁ

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা