সমিতি

 ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষক চ'ৰাৰ পুৰণি সমিতি ভংগ আৰু নতুন সমিতি গঠন। অসমীয়া বিভাগৰ নতুন সম্পাদক -সনাতন হাজৰিকা, সভাপতি -চিলমিল হাজৰিকা, বিভাগীয় প্ৰতিনিধি-দীনেশ বৰা

বিগত সময়ছোৱাত গৱৱষক চ'ৰাৰ পুৰণি সমিতিয়ে সম্পন্ন কৰা উল্লেখযোগ্য কাৰ্যকলাপ -

ক) আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন।

বক্তা- প্ৰাধ্যাপক প্ৰাণজিৎ বৰা, পঞ্জীয়ক ও সঞ্চালক, পদ্মনাথ গোহাঞিবৰুৱা মানৱিকী সত্ৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

খ) প্ৰাক্তন শিক্ষাগুৰুসকলক সম্বৰ্ধনা,৫ ছেপ্টেম্বৰ,২০২৩

গ) অসমীয়া বিভাগীয় চ'ৰাৰ সহযোগত ৱিকিপিডিয়াত প্ৰবন্ধ লিখন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন।

বক্তা-ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা