নূপুৰ মোমাইদেউ

 ত্ৰৈলোক্য ভট্টাচাৰ্য্য 

ছাৰৰ কবিতা(নুপূৰ মোমাইদেউ)

১৮৬১,চনৰ ১৮ অক্টোবৰ তাৰিখে ইতিহাস প্ৰসিদ্ধ ফুলগুৰি বিদ্ৰোহ হৈছিল। ব্ৰিটিছসকলৰ বিৰুদ্ধে জাতি ধৰ্ম বৰ্ণ,সাতোৰজা,পাঁচোৰজা সকলো মিলি ওলাই আহিছিল।

শ্ৰদ্ধাৰে সেনানীসকললৈ প্ৰণাম জনাইছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা