গল্পটো আধৰুৱা হ'ল

 অই ভলৌ,কি অ,কথা নাই,বতৰা নাই ৰাউচি জুৰিছ যে। অ,মনত পেলাই দিয়াত তেনেকৈ কৈছ। ক,ক। তোৰ দিন। মোৰ ৰাতি। ভন আহিল। কেনেকৈ ভোনভোনাই। কি কোৱা। ভোনভোনাই আহিছে যে। কেলৈ যোৱা ৰাতি,কি যোৱা ৰাতি। নকওঁ যা,তই কাইলৈৰ পাহৰি পেলাবি।‌ পাহৰি পেলাব পাৰ। এখন কাণে ইখনে এৰ। বাৰু দুয়োখনে শুনিম। সচেতন হ'ম। ক। মোৰ উশাহ কমি আহিছে। অই কোন আছ। ক'ত আছ। কি হ'ল অই বাঘৰ আগতেল খোৱা।‌ কি হোৱা নাই। মানে। ভলৰ উশাহ চুটি হৈ আহিছে। হয়নে ভল। ভলুকাই ঠিকে কৈছে।‌অ, কথাষাৰহে।‌ কাৰ্যকৰী নহয়। কাম বন নাই। ধদুৱা কোবাবি। আৰু পেংলাই কৰিবি।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা