পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাস

 https://www.facebook.com/100039475718404/posts/pfbid021YCqzv3ZcBYkfwocZNrTeiHwc14giqkE9sVvcFhkm7riVLxp4LBLmaxcNDix9mZKl/?app=fbl



https://www.facebook.com/100039475718404/posts/pfbid021YCqzv3ZcBYkfwocZNrTeiHwc14giqkE9sVvcFhkm7riVLxp4LBLma


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্যতম ছাত্ৰ নিবাস পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাস। ৫৪তম‌ প্ৰতিষ্ঠা দিৱসত সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ।


এই ছাত্ৰ নিবাসৰ পৰাই মোৰ দৰে হাজাৰ হাজাৰ জনৰ সপোনে--

 পাখি মেলিবলৈ শিকিলে,

বিশ্বৰ বুকুত জিলিকি থাকিবলৈ শিকিলে। 

সদায় জিলিকি থাকক 

সদায় সুন্দৰ হৈ থাকক

প্ৰতিগৰাকী নাহৰীয়ানৰ পাৰভঙা ৰৌদ্ৰোজ্বালিত

আবেগৰ কোঠালিয়ে কোঠালিয়ে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা