ৰ'দ

 ৰ'দ 

ৰ'দ নো‌ কি 

কাৰ বাবে বা

গছে সুধিছে ৰ'দ পৃথিৱীৰ কথা

নাইতো 

সোধা 

কিয় সুধিব 

ৰ'দ কাৰো নিজা নহয় 

ই নিজৰো নিজা নহয় 

ই তাৰেই ছায়া প্ৰচ্ছায়াহে

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা