চিকুণ পুৱাতে

 ইমান বতাহ 

তাতে ফিৰফিৰিয়া 

শিৰাই উপশিৰাই থিতাপিছে

চিকুণ পুৱাতে চৰাই-চিৰিকটিৰ কলকলনিয়ে কণ্ঠদান কৰি

যেন এখন সোণৰ পৃথিৱী প্ৰতিদিনে গঢ়িছে 


তুমি জানো মন কৰিছা

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা