কলং
কলঙৰ দলং
মিলচ ৰিপৰ্ট ( Report on the province of Assam )ত পোৱা মতে দলঙখনৰ বাবে তিনিশ টকা ৰাজ-ভঁৰালৰ পৰা সাহায্য পাইছিল, কিন্তু খৰছ হৈছিল এহেজাৰ টকা। দলঙখন নগাঁৱৰ কৃষকসকলে অশেষ পৰিশ্ৰম কৰি ১৮৪৭চনৰ এপ্ৰিল মাহত সাজি উলিয়ায়। এইখন দলঙৰ বাবে বাটলাৰ চাহাবক মিলচে ভূৰি ভূৰি প্ৰশংসা কৰিছিল।

Comments
Post a Comment