চোনালৈ

 


হাজাৰটা প্ৰাৰ্থনা তুমি

হাজাৰখন কাজিয়াৰ সমাধান তুমি


হৃদয়ৰ নদীখন বৈ আছে চোৱা

গতিপথহে বেলেগ লক্ষ্য আৰু উদ্দেশ্য একে



তোমাৰ লক্ষ্য মই 

মোৰ লক্ষ্য তুমি


১-৭-২০২৪

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা