দেউতা
পৃথিৱীৰ আটাইতকৈ ধুনীয়া প্ৰাৰ্থনা দেউতা
জনা নজনাৰ পৰা দেউতা
জনাৰ পৰা দেউতা
সুৰক্ষিত কৱচ দেউতা
সকলো বাদ দি দেউতা
বৃদ্ধাশ্ৰমবোৰ অৱসান হওক
ল'ৰা ছোৱালী য়ে দেউতাকক
সন্মান দিয়ক
আবৰ্জনা বুলি নাভাবিব
কাৰণ দেউতাইহে দিব দিগন্ত প্ৰসাৰিত সপোনৰ আগজাননী
আৰু দেউতাই
তিতিব বৰষুণত
ৰ'দত
নাইবা
বিপদৰ সময়ত চুপাৰ হিৰ' হৈ
Comments
Post a Comment