চেলিন দিয়ন

 মই গানবোৰ শুনো

ডুবি যাওঁ

এখন বৃহৎ পৃথিৱীত

গানটোৰ ভিতৰত নে

গানে মোৰ ভিতৰত সোমাই


ক'ব নোৱাৰোঁ

শুনি থাকোঁ


দিন

প্ৰতিদিন

লাহে লাহে

গায়ক গান আৰু

গায়কৰ বিষয়ে অলপ অলপকৈ জানিবলৈ তীব্ৰ বাসনাই মোক পেৰি থাকে 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা