নাদব্ৰক্ষ্ম

 বজা নাই মাদল 

    ১.

 বাজিছে বাজক দবা,শংখ

জোনাকী উৰি উৰি আহে

পিন্ধি পিন্ধি আহক 

জোনাক ৰাতি দুভৰিত ৰুনুক জুনুক


   ২.

আকাশবাণী গোমগোমাই উঠা নাই, বাজি উঠা নাই মাদল

নাদব্ৰক্ষ্মৰূপী চৈয়তানৰ ব্ৰুটাছৰূপী মায়াৰ কি ছাঁয়া

খহিব নেকি পৃথিৱীৰ ধনঞ্জয় বায়ু 


   ৩.


ধৰিত্ৰীৰ দাঁৰৰ বাতৰি 

কেনেকৈ পঢ়ে দাঁৰে নে গাদীৰে


(৪)


 পঢ়িলে পঢ়ক

গঢ়িলে গঢ়ক

ৰাজঅট্ৰালিকা

এতেকে

চিটলাঙ খাই পৰিব চাব

 



ঠিকনা -

ৰাজেন দাস 

ডিব্ৰুগড়

ফোন -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা