নাদব্ৰক্ষ্ম

 নাদব্ৰক্ষ্ম

    ১.

 বাজিছে বাজক দবা

জোনাকী উৰি উৰি আহক

পিন্ধি পিন্ধি আহক 

জোনাক ৰাতি দুভৰিত ৰুনুক জুনুক


   ২.

আকাশবাণী গোমগোমাই উঠা নাই

নাদব্ৰক্ষ্ম ৰূপী চৈয়তানৰ ব্ৰুটাছৰূপী মায়াৰ কি ছাঁয়া

খহিব নে পৃথিৱী


   ৩.


ধৰিত্ৰীৰ দাঁৰৰ বাতৰি 

কোনে পঢ়ে 

দাঁৰে নে গদীৰে


(৪)


 পঢ়িলে পঢ়ক

গঢ়িলে গঢ়ক

ৰাজঅট্ৰালিকা

চিটলাঙ খাই পৰিব চাব

 



ঠিকনা -

ৰাজেন দাস 

ডিব্ৰুগড়

ফোন -৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা