হেমকাইৰ বিয়া
" বীৰৰ লগত বীৰেহে যুজিব পাৰে "সত্যকাম ছাৰৰ সুন্দৰ কথাষাৰ। দিনটোৰ শুভাৰম্ভ। লাহে লাহে আমি ধেমাজিৰ সৰু আজোহা গাঁৱলৈ।
Susan baerny ৰ প্ৰসংগ। বাৰ্মিহাম লাইব্ৰেৰীত থকা নটা খণ্ডৰ আৱাহন ৰ সংৰক্ষিত থকাৰ কথা সখাই কয়। ছাৰে কয়-আমাৰসোপাই কাজিয়া কৰা,আক তাক মৰামৰি কৰি থাকোঁ দিন যায়।
চূছান বনাৰীয়ে Kitap likhisy assam related
আজিৰ ঘটনাটো-দিগন্ত দাই চিটবেল মাৰিছে
মই মৰা নাই, অৱশ্যে গাড়ীত কমকৈ অহা-যোৱা হয় বাবে এই দিশত অপৈনত।
মোৰ গাড়ীত উঠা অভিজ্ঞতা ইমান নাইদাদাই। দায়ো কোৱা নাই মাৰি লোৱা বগীবিল ত ধৰিলে। মোৰ ফটৌ তুলিলে 1000 টকা ফাইন-এহেজাৰ টকা ফাইন, অনলাইন ত দি দিব । দিগন্ত -মই আকৌ মোৰ ছিট বেল আছে । লগত বহাজনৰো লাগে বুলি নাজানো। আমাৰছাৰ কয়-ৰাজেন অ, বেয়া লাগিছে নে its a part of life। আমাৰ গাড়ীত প্ৰথম একো নাই । হেমন্ত দাদাৰ বিয়ালৈ যোৱা সৰু ঠাইতে থাকা, কেনেকৈ থাকা সেইটো মন কৰিবলগীয়া।ইমান ৰাস্তা ত ধূলি যে গাড়ীৰ কি কালাৰ আছিল পাহৰিয়েই যাব বগীবিল দলঙৰ ওপৰেৰে আহি আছোঁ। কোঠালৈ এটা আহি আছোঁ। কমলা গুচাই খাই আছোঁ। গাড়ীৰ আগফালে এটা ক'লা পলিথিন গাড়ীৰ এটা ওপৰলৈ উৰা মাৰি আকৌ তললৈ এটা গতিত নামি আহিছে। কি মজা লগা দৃশ্য। কাষৰতে বহুত ফটো তুলি আছে। গাড়ীবোৰ ধৰিব বুলি কম গতিত চলাইছে বুলি দিগন্ত দাদাৰ পৰা গম পাইছোঁ। ছাৰে কমলা কিনি দিলে। মাছ কি নিবলৈ কৈছিল মই কলো খাই আহিছোঁ। এতিয়া নালাগে। মাছ সদায় আধা ভজা কৰি থবা ভালে থাকে। দলঙৰ খুটাবোৰত কেমেৰা থাকিব পাৰে। দিল্লী ত ৰাষ্টাত, দলঙত গোটেই কেমেৰা লগাই থোৱা আছে। সকলো জনসাধাৰণৰ সুৰক্ষাৰ বাবে।
যিকোনো কথা সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে, ছাৰে এইদৰে কৈছে।
শ্ৰদ্ধাৰ হেমন্ত ককাইদেউলৈ যুগ্মজীৱনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সখা আৰু শ্ৰদ্ধাৰ মোৰ গৱেষণা গুৰু প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ ছাৰ আৰু ককাদেউৰ বিয়াৰ কেইখনমান স্থিৰ চিত্ৰ
স্থিৰ চিত্ৰ(পিছত ইয়াত দিয়া হ'ব)-ককাইদেউৰ বিয়া আৰু হাবুং,ডিয়ু হাট
আহোমৰ দ্বিতীয় ৰাজধানী। গৈ বৰ ভাল লাগিল। বহুত মানুহ আহিছিল। পূজা অৰ্চনা দুঠাইত কৰে। বৰ সুন্দৰ পৰিৱেশ।
চাহপাত টকলা কাটিছে,এম এছ কাটন দিছে এইখিনি পাতি আহিছোঁ ।
বগীবিল ৰ পৰা ডিয়ুলৈ সোমাই আহিছোঁ। এটা সুৰংগপথ।কিবা এটা ভাললগা।

Comments
Post a Comment