অজিত ছিংনাৰ
জীৱনত প্ৰথমবাৰৰ বাবে গল্পকাৰ অজিত ছিংনাৰ ছাৰৰ সৈতে কথা পাতিছোঁ। প্ৰথম ফোনটো ধৰা নাছিল ভয় তীব্ৰ হৈছিল। কিন্তু ছাৰে নিজে ফোন কৰি মুক্তি, গুৰিয়াল গল্পৰ প্ৰসংগ,কাৰ্বি লোক সাংস্কৃতিক সমাজ জীৱন আদিৰ বিষয়ে বৰ সুন্দৰকৈ মোক জনালে। শেষত কোনো মূল্য নিদিয়াকৈ মোলৈ ছাৰৰ গল্প কিতাপ পঠাব,কি ভাললগা। (So I feel very excited, Thank you so much sir)
Comments
Post a Comment